দুৰ্নীতিৰ অভিযোগত অভিযুক্ত উদ্যান শস্য বিভাগৰ যুটীয়া সঞ্চালকক নিলম্বন
দুৰ্নীতিত জড়িত থকাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত কৰা হ’ল ত্ৰিপুৰাৰ উদ্যান শস্য বিভাগৰ যুটীয়া সঞ্চালক সৌমিত্ৰ দাসক। এটা সূত্ৰই জানিব দিয়া অনুসৰি দাসৰ বিৰুদ্ধে থকা অভিযোগৰ বিষয়টো বিভাগে নিজাববীয়াকৈ অনুসন্ধান চলাইছিল আৰু প্ৰমাণ হোৱাত তেওঁক চাকৰিৰ পৰা নিলম্বন কৰে। যোৱা ২২ নৱেম্বৰতে বিভাগৰ তৰফৰ পৰা সৌমিত্ৰ দাসলৈ নিলম্বনৰ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। […]
The post দুৰ্নীতিৰ অভিযোগত অভিযুক্ত উদ্যান শস্য বিভাগৰ যুটীয়া সঞ্চালকক নিলম্বন appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2XNi6c8
via IFTTT
Comments
Post a Comment