ওদালগুৰিত জনজাতিকৰণৰ দাবীত মানৱ শৃংখল গঠনেৰে আদিৱাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাই মঙলবাৰে জনজাতিকৰণৰ দাবীত ওডালগুৰি জিলাৰ পানেৰীৰ ওদালগুৰি-তামুলপুৰ পথত মানৱ শৃংখল গঠনেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তপ্ত কৰি তোলে। প্ৰতিবাদ স্থলীত বামুণজুলি, পানেৰী, হাতীগড, ওৰাংজুলিকে কৰি বহুকেইখন চাহ বাগিচাৰ প্ৰায় ৬০০ ৰো অধিক চাহ শ্ৰমিকে অংশগ্ৰহণ কৰি মানৱ শৃংখল গঠন […]

The post ওদালগুৰিত জনজাতিকৰণৰ দাবীত মানৱ শৃংখল গঠনেৰে আদিৱাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2KV6A9g
via IFTTT

Comments