বুধবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত আস্থা ভোটত অৱতীৰ্ণ হ’ব লাগিব মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰ

- মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰে বুধবাৰে দিব লাগিব অগ্নি পৰীক্ষা।
- ২৭ নৱেম্বৰত মহাৰাষ্ট্ৰৰ বিধানসভাত বিজেপি চৰকাৰ অৱতীৰ্ণ হ’ব লাগিব আস্থা ভোটত।
- সন্ধিয়া ৫ বজাৰ ভিতৰত সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব বিজেপিয়ে।
- কংগ্ৰেছ-এনচিপি আৰু শিৱসেনাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।
- উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন বি ৰমাণাৰ অধ্যক্ষতাৰ ৩ জনীয়া বিচাৰপীঠে দিলে এই ৰায়।
- আস্থা ভোটৰ সমগ্ৰ প্ৰক্ৰিয়াৰ পোনপোটীয়া সম্প্ৰসাৰ কৰিব লাগিব বুলিও নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।
The post বুধবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত আস্থা ভোটত অৱতীৰ্ণ হ’ব লাগিব মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2rnM7TI
via IFTTT
Comments
Post a Comment