‘হৰ্নবিল মহোৎসৱ’ত নিষিদ্ধ কৰা হ’ল ধঁপাতজাতীয় সামগ্ৰী

নাগালেণ্ডৰ প্ৰসিদ্ধ তথা ঐতিহাসিক হৰ্ণবিল মহোৎসৱত গুটখা, পাণ মছলা আৰু তেনেধৰণৰ অন্য সামগ্ৰীত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বুধবাৰে নাগালেণ্ডৰ কহিমাৰ উপায়ুক্তই এই কথা জানিবলৈ দিয়ে। কহিমাৰ উপায়ুক্ত তথা জিলাস্তৰীয় সমন্বয় কমিটিৰ অধ্যক্ষ গ্ৰিগ’ৰি থেজাৱেলীয়ে জানিবলৈ দি কয় যে কিছামাৰ হেৰিটেজ ভিলেজত অনুস্থিত হ’ব লগীয়া হৰ্ণবিল মহোৎসৱত ধঁপাতজাতীয় সমাগ্ৰীৰ বিক্ৰীত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। […]

The post ‘হৰ্নবিল মহোৎসৱ’ত নিষিদ্ধ কৰা হ’ল ধঁপাতজাতীয় সামগ্ৰী appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2OT28sO
via IFTTT

Comments