পশ্চিম বংগৰ উপ নিৰ্বাচনৰ ভোট গণনাঃ ৩ সমষ্টিত কংগ্ৰেছ-তৃণমূল আৰু বিজেপিৰ ১-১ৰ অগ্ৰগতি

- পশ্চিম বংগৰ ৩ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ।
- সংঘনাই সলনি হৈছে নিৰ্বাচনৰ ফলাফল।
- কৰীমপুৰ সমষ্টিত আগবাঢ়ি আছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বিমলেন্দু সিংহ ৰয়।
- বিজেপি প্ৰাৰ্থী জয় প্ৰকাশ মজুমদাৰতকৈ ৪২০০ টা ভোটত আগবাঢ়ি আছে বিমলেন্দু।
- প্ৰথম ৰাউণ্ডৰ ভোট গণনাৰ অন্তত কালিয়াগঞ্জ সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী গৰাকী।
- আনহাতে খড়গপুৰ সমষ্টিত কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা ক্ৰমাৎ প্ৰৱল হৈছে।
- উল্লেখ্য যে, পশ্চিম বংগৰ ৩টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন।
The post পশ্চিম বংগৰ উপ নিৰ্বাচনৰ ভোট গণনাঃ ৩ সমষ্টিত কংগ্ৰেছ-তৃণমূল আৰু বিজেপিৰ ১-১ৰ অগ্ৰগতি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DqxXnq
via IFTTT
Comments
Post a Comment