তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত শ্ৰীলংকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি…

- দিল্লীত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ শ্ৰীলংকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গোতবায়া ৰাজপক্ষৰ।
- তিনিদিনীয়া ভ্ৰমণসূচীৰে ২৮ আগষ্টত ভাৰতত উপস্থিত হৈছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকী।
- শুকুৰবাৰে তেওঁ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰিব।
- শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি স্বদেশলৈ উভতিব গোতবায়া ৰাজপক্ষ।
The post তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত শ্ৰীলংকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34t75zi
via IFTTT
Comments
Post a Comment