আমগুৰিৰ অভয়পুৰীয়া গাঁৱক হস্ততাঁতৰ আদৰ্শ গাঁও ঘোষণা

আমগুৰিৰ অভয়পুৰীয়া গাঁৱক হস্ততাঁতৰ আদৰ্শ গাওঁ হিচাপে ঘোষণা কৰিলে শিৱসাগৰ জিলা প্ৰশাসন আৰু জিলা হস্ততাতঁ বস্ত্ৰশিল্প বিভাগে। শিৱসাগৰ জিলা প্ৰশাসন আৰু হস্ততাতঁ বস্ত্ৰশিল্প বিভাগে ম’ৰাবজাৰ গাওঁ পঞ্চায়তৰ অভয়পুৰীয়া গাঁৱলৈ আগবঢ়োৱা এই স্বীকৃতিৰ কথা বৃহস্পতিবাৰে ৰাজহুৱাভাৱে ঘোষণা কৰে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই। গ্ৰামাঞ্চলৰ মহিলাসকলে বোৱা-কটা কৰি আত্মনিৰ্ভৰশীল হোৱাৰ মানসেৰে গঠন কৰা আমগুৰিৰ অভয়পুৰীয়া শিল্প সমবায় […]

The post আমগুৰিৰ অভয়পুৰীয়া গাঁৱক হস্ততাঁতৰ আদৰ্শ গাঁও ঘোষণা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3206GCp
via IFTTT

Comments