শতাধিক গ্ৰন্থ বিপনীৰ অংশ গ্ৰহণেৰে আজিৰে পৰা মহানগৰীত উত্তৰ-পূব গ্ৰন্থমেলা

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই আয়োজন কৰা ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা আজিৰে পৰা অহা ১২ নৱেম্বৰলৈ মহানগৰীৰ চানমাৰি অসম অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত হ’ব। ২১ সংখ্যক গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠান শুকুৰবাৰে আৱেলি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব। গ্ৰন্থ মেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে অংশ লোৱাৰ লগতে সন্মনীয় অতিথি হিচাপে […]

The post শতাধিক গ্ৰন্থ বিপনীৰ অংশ গ্ৰহণেৰে আজিৰে পৰা মহানগৰীত উত্তৰ-পূব গ্ৰন্থমেলা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2WwD4LD
via IFTTT

Comments