ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
ষট পূজা উপলক্ষে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। আলোকৰ প্ৰতীক সূৰ্যক আৰাধানাৰে অনুষ্ঠিত কৰা এই পূজাই সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত নতুন আশা সঞ্চাৰিত কৰি সকলোকে নতুন উদ্যমেৰে ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰগতিৰ দিশত কৰ্মত ব্ৰতী হোৱাৰ বাবে অনুপ্ৰেৰণা যোগাব বুলি সোণোৱালে আশা প্ৰকাশ কৰে। আনহাতে, বৰকা উপত্যকাকে ধৰি অসমৰ […]
The post ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/327P0of
via IFTTT
Comments
Post a Comment