চাকৰিৰ বজাৰত মন্দাৱস্থাৰ প্ৰভাৱ; বিগত তিনিবছৰত বৃদ্ধি পালে সৰ্বাধিক নিবনুৱাৰ হাৰ!
দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ কথা লাহে লাহে জনসাধাৰণে ভালদৰে বুজিবলৈ আৰম্ভ কৰিছে। দৈনন্দিন জীৱন যাত্ৰাত ইতিমধ্যে ৰাইজে তাৰ প্ৰভাৱ উপলব্ধি কৰিছে। পিচে, অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে এইবাৰ চাকৰিৰ বজাৰত। নিবনুৱাৰ ক্ষেত্ৰত এইবাৰ দেশৰ তিনি বছৰৰ পুৰণি অভিলেখ ভাঙিল। “চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি’য়ে নিবনুৱা সন্দৰ্ভত দাখিল কৰা পৰিসংখ্যাই এই কথা স্পষ্ট কৰিছে। কোৱা হৈছে, চলিত […]
The post চাকৰিৰ বজাৰত মন্দাৱস্থাৰ প্ৰভাৱ; বিগত তিনিবছৰত বৃদ্ধি পালে সৰ্বাধিক নিবনুৱাৰ হাৰ! appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2C5M5SA
via IFTTT
Comments
Post a Comment