তামুলপুৰত মহকুমা প্ৰশাসন আৰু আবকাৰী বিভাগৰ সুৰাৰ বিৰুদ্ধে অভিযান

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ খৈৰানী, আঙাৰকাটা আৰু অভয়াপুৰত  শুকুৰবাৰে তামুলপুৰ মহকুমা প্ৰশাসন আৰু আবকাৰী বিভাগে সুৰা আৰু মাদক দ্ৰৱ্যৰ বিৰুদ্ধে অভিযান চলায় ৷ অভিযান কালত খৈৰানী,  আঙাৰকাটা আৰু অভয়পুৰৰ বেলখুটিত কেবাটাও অবৈধ সুৰাৰ ঘাটি উৎখাত কৰে। অভিযানকাৰী দলটোৱে ভূটানত তৈয়াৰী সুৰা জব্দ কৰাৰ লগতে গাঞ্জাও জব্দ কৰে। দলটোৱে লগতে এগৰাকী গাঞ্জা ব্যৱসায়ীকো আটক কৰে। আটক হোৱা গাঞ্জা […]

The post তামুলপুৰত মহকুমা প্ৰশাসন আৰু আবকাৰী বিভাগৰ সুৰাৰ বিৰুদ্ধে অভিযান appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2WwWSi4
via IFTTT

Comments