অনন্য ৰূপত শিৱসাগৰৰ উপায়ুক্ত; ঐতিহাসিক খাটপাৰ সত্ৰত পৰিবেশন কৰিলে কৰ্ণাটকী সংগীত
এইবাৰ এক অনন্য ৰূপত দেখা গ’ল শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াক। বিগত সময়ত কোলাত কেঁচুৱালৈয়ো নিজ কৰ্তব্য সুচাৰুৰূপে পালন কৰি অহা উপায়ুক্তগৰাকীৰ কণ্ঠত শুনিবলৈ পোৱা গ’ল কৰ্ণাটকী সংগীতৰ মধুৰ সুৰ। অসমত উপায়ুক্ত হিচাপে নিযুক্তি লাভ কৰাৰ পাছত প্ৰথম বাৰৰ বাবে পৰিদৰ্শন কৰিলে আহোম যুগতে প্ৰতিষ্ঠিত শিৱসাগৰৰ হাঁহচৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী খাটপাৰ সত্ৰ। সত্ৰ […]
The post অনন্য ৰূপত শিৱসাগৰৰ উপায়ুক্ত; ঐতিহাসিক খাটপাৰ সত্ৰত পৰিবেশন কৰিলে কৰ্ণাটকী সংগীত appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/34t2a0W
via IFTTT
Comments
Post a Comment