পৰ্যটকৰ বাবে আজি মুকলি হ’ল কাজিৰঙাৰ পূব দুৱাৰ অগৰাতলি বনাঞ্চল
যোৱা ১২ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্বৰ পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ পাছত শুকুৰবাৰে পুৱা কাজিৰঙাৰ পূব দুৱাৰ অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷ এই উপলক্ষে অগৰাতলিৰ প্ৰৱেশদ্বাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পেৰিয়াৰস্বামী শিৱকুমাৰৰ উপস্থিতিত ফিটা কাটি বনাঞ্চলৰ দ্বাৰ পৰ্যটকৰ বাবে মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত […]
The post পৰ্যটকৰ বাবে আজি মুকলি হ’ল কাজিৰঙাৰ পূব দুৱাৰ অগৰাতলি বনাঞ্চল appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/36pfjKb
via IFTTT
Comments
Post a Comment