ৰঙিয়াত মছজিদত চুৰি কৰিবলৈ গৈ আটক ২ চোৰ

- ৰঙিয়াত মছজিদত চুৰি কৰিবলৈ গৈ আটক ২ চোৰ।
- ৰাইজৰ ৰোষত পৰে চোৰ ২টা।
- চোৰৰ বাইকো জ্বলাই দিয়ে ৰাইজে।
- চোৰ দুটাৰ নাম নিতুমণি মালাকাৰ আৰু বিকি।
- উত্তেজিত ৰাইজে চোৰ দুটাক গতাই দিয়ে আৰক্ষীক।
The post ৰঙিয়াত মছজিদত চুৰি কৰিবলৈ গৈ আটক ২ চোৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WAnrCV
via IFTTT
Comments
Post a Comment