তামিলনাডুত ২০ লাখ টকাৰ খোৱাৰ সময় সীমা উকলা চকলেট জব্দ

  • তামিলনাডুত খাদ্য বিভাগৰ অভিযান।
  • জব্দ খোৱাৰ অনুপযোগী চকলেট।
  • চকলেটখিনিৰ খোৱাৰ শেষ সময়সীমা ইতিমধ্যে পাৰ হৈছে।
  • জব্দ হোৱা চকলেটখিনিৰ মূল্য প্ৰায় ২০ লাখ টকা হ’ব।
  • মাদুৰাইত চলিছিল বিভাগটোৰ অভিযান।

The post তামিলনাডুত ২০ লাখ টকাৰ খোৱাৰ সময় সীমা উকলা চকলেট জব্দ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qjl6jB
via IFTTT

Comments