গুৱাহাটীত এফ চি গোৱাৰ বিৰুদ্ধে অতিৰিক্ত সময়ত গ’ল হজমেৰে পইণ্ট ভগাবলৈ বাধ্য হ’ল নৰ্থ-ইষ্ট য়ুনাইটেড

আই এছ এলৰ ষষ্ঠ সংস্কৰণৰ শুকুৰবাৰে অনুষ্ঠিত হোৱা নৰ্থ-ইষ্ট য়ুনাইটেড আৰু এফ চি গোৱাৰ মাজৰ খেলখন ২-২ গ’লত ড্ৰ ৰূপে সামৰণি পৰে। গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা খেলখনত নৰ্থ-ইষ্ট য়ুনাইটেডে উজ্জীৱিত খেল দাঙি ধৰিলেও অন্তিম সময়ত স্নায়ুৰ যুজত পৰাস্ত হৈ আলহী দলটোৰ সৈতে পইণ্ট ভগাই লবলৈ […]

The post গুৱাহাটীত এফ চি গোৱাৰ বিৰুদ্ধে অতিৰিক্ত সময়ত গ’ল হজমেৰে পইণ্ট ভগাবলৈ বাধ্য হ’ল নৰ্থ-ইষ্ট য়ুনাইটেড appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2WyeZEe
via IFTTT

Comments