চামগুৰিত নিশা বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত ১০ খনৰো অধিক ব্যৱসায়ীক প্ৰতিষ্ঠান
নগাঁও জিলাৰ চামগুৰিৰ মোৱামাৰী দৈনিক বজাৰত শুকুৰবাৰে নিশা সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত অতিকমেও দহখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডোটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, প্ৰথমে এখন ঔষধৰ দোকানত জুই লাগে আৰু তাৰ পৰা জুইৰ সম্প্ৰসাৰণ ঘটি অন্য দোকান সমূহলৈ বিয়পি পৰে। অগ্নিকাণ্ড সংঘটিত হোৱা প্ৰত্যক্ষ কৰি […]
The post চামগুৰিত নিশা বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত ১০ খনৰো অধিক ব্যৱসায়ীক প্ৰতিষ্ঠান appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/338n3hD
via IFTTT
Comments
Post a Comment