গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ খিলঞ্জীয়া লোকক উচ্ছেদৰ জাননী দিয়া নাই, উপায়ুক্তই কৰিলে স্পষ্ট

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা বাবে গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ একাংশ লোকক উচ্ছেদৰ জাননী জাৰি কৰা বুলি যি খবৰ ওলাই আছে, তাৰ কোনো ভিত্তি নাই। একাংশ সংবাদ মাধ্যমত এই উঞ্চলত উচ্ছেদৰ বাবে বাসিন্দাসকলক জাননী জাৰি কৰা হৈছে বুলি বাতৰি প্ৰকাশ হৈছিল, তাৰ ভিত্তিত একাংশ সংগঠনে ৰাইজক লগত লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই […]

The post গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ খিলঞ্জীয়া লোকক উচ্ছেদৰ জাননী দিয়া নাই, উপায়ুক্তই কৰিলে স্পষ্ট appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2JJaqlq
via IFTTT

Comments