কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাপন্থী আলফাৰ আলোচনা অন্তিম পৰ্যায়ত আছে : অনুপ চেতিয়া
নাগা সমস্যা অতি সোনকালেই ওৰ পেলাবলৈ মন মেলিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। তেনে সময়তে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাপন্থী আলফা নেতাৰ আলোচনা অন্তিম পৰ্যায় পোৱাহি বুলি জানিবলৈ দিছে আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়াই। “আলোচনা প্ৰায় অন্তিম পৰ্যায়ত আছে। অসমৰ খিলঞ্জীয়া জাতি- জনগোষ্ঠীক সাংবিধানিক সুৰক্ষাকৱচ কেনেকৈ দিব পৰা যায়, এই কথাটোৰ ওপৰতে লাগি আছে এতিয়া,”-নৰ্থ ইষ্ট নাওৰ […]
The post কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাপন্থী আলফাৰ আলোচনা অন্তিম পৰ্যায়ত আছে : অনুপ চেতিয়া appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/321tdPa
via IFTTT
Comments
Post a Comment