মঙলদৈত বিধ্বংসী অগ্নিকাণ্ড, জ্বলি শেষ হ’ল এটা পৰিয়ালৰ সকলো সা-সামগ্ৰী

- মঙলদৈত শুকুৰবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ড।
- ৰাতি প্ৰায় দহমান বজাত মঙলদৈৰ বৰথেকেৰা বাৰী গাঁৱৰ মুনিন্দ্ৰ শইকীয়া নামৰ ব্যক্তি গৰাকীৰ ঘৰত ভয়াবহ অগ্নিকাণ্ড।

- অগ্নিকাণ্ডত জাহ যায় ঘৰৰ ভিতৰৰ সম্পূৰ্ণ সা-সামগ্ৰী।
- ওচৰ-চুবুৰীয়া ৰাইজ আৰু মঙলদৈ অগ্নি নিৰ্বাপক বাহিনীৰ যৌথ প্ৰচেষ্টাত এই জুই নুমোৱাবলৈ সক্ষম হয়।

- অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই।
The post মঙলদৈত বিধ্বংসী অগ্নিকাণ্ড, জ্বলি শেষ হ’ল এটা পৰিয়ালৰ সকলো সা-সামগ্ৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/36rDOq0
via IFTTT
Comments
Post a Comment