বিগ বি, ছেহৱাগ আৰু দ্যুতি চান্দৰ সৈতে একেলগে হিমা; উত্তৰ দিলে বিভিন্ন প্ৰশ্নৰ

বলীউদৰ পিতামহ স্বৰূপ অমিতাভ বচ্চনে পৰিচালনা কৰা জনপ্ৰিয় টেলিভিশ্যন শ্ব’ ‘কৌন বনেগা ক্ৰোৰপতি’ৰ বিশেষ অনুষ্ঠানত প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা বিৰেন্দাৰ ছেহৱাগৰ সৈতে উপস্থিত থাকে দেশৰ দুই সম্ভাৱনাময় দৌৰবিদ অসম কন্যা হিমা দাস আৰু দ্যুতি চান্দ। শুকুৰবাৰে নিশা টেলিভিশ্যনত অনুষ্ঠানটো সম্প্ৰচাৰিত হয় য’ত হিমাই ছেগৱাগ আৰু দ্যুতিৰ সৈতে অমিতাভ বচ্চনৰ প্ৰশ্নৰ উত্তৰ দিয়া দেখা গ’ল। প্ৰশ্ন […]

The post বিগ বি, ছেহৱাগ আৰু দ্যুতি চান্দৰ সৈতে একেলগে হিমা; উত্তৰ দিলে বিভিন্ন প্ৰশ্নৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2WH7gUA
via IFTTT

Comments