এক ব্যতিক্ৰমী ছবি; হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে সামূহিক কৃষিকাৰ্য্য

খাদ্য বিচৰাৰ নামত লোকালয়ত প্ৰৱেশ কৰি আতংক সৃষ্টি কৰা বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণ পাবলৈ নগাঁৱৰ ‘হাতী বন্ধু’ নামৰ এটা সংগঠনে লোৱা এক বিশেষ পদক্ষেপে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। হাতীৰ জাকক লোকালয়ত প্ৰৱেশত বাধা আৰু খাদ্য যোগান ধৰাৰ বাবদ সংগঠনটোৱে জিলাখনৰ চাপানালাৰ নিকটৱৰ্তী হাতীখলি-ৰংহাং গাঁৱৰ ২০০ বিঘা ভূমিত ধান খেতি কৰিছে। এই ধান খেতিৰ বাবেই […]

The post এক ব্যতিক্ৰমী ছবি; হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে সামূহিক কৃষিকাৰ্য্য appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/329UFuh
via IFTTT

Comments