ওদালগুৰিত বন্যহস্তীৰ ভয়ংকৰ আক্ৰমণ, ৰৌতা-মাজবাটত আহত ২জন, VIDEO

- ওদালগুৰিৰ ৰৌতাত বন্যহস্তীৰ তাণ্ডৱ।
- জিলাখনৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ৫ নং ধনশ্ৰী গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ।
- হাতীৰ আক্ৰমণত আহত হয় শ্যাম নিৰোলা নামৰ স্থানীয় এজন লোক।
- হাতী খেদিবলৈ যোৱা অৱস্থাত হাতীটোৱে আক্ৰমণৰ সন্দেহ।
- আহত লোকজনক ততাতয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ।
- এতিয়াও জনাঞ্চলতে মুক্ত বিচৰন কৰিছে বনৰীয়া হাতীটোৱে।
- ভূটান পাহাৰৰ পৰা হাতীটো আহি জনাঞ্চলত প্ৰৱেশ কৰাৰ সন্দেহ।
- পথাৰৰ পকা ধান খাবলৈ এনেদৰে পাহাৰৰ পৰা হাতীটো নামি অহাৰ সন্দেহ।
- ভৰি আৰু বুকুত আঘাত পায় লোকজনে।
- ইফালে মাজবাটৰ ৰাঙাপানীটো বনৰীয়া হাতীৰ আক্ৰমণ।
- হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী ১৪ বছৰীয়া শিশু।

- শিশুটোৰ নাম কৃষ্ণ চেত্ৰী।
The post ওদালগুৰিত বন্যহস্তীৰ ভয়ংকৰ আক্ৰমণ, ৰৌতা-মাজবাটত আহত ২জন, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/329yfcu
via IFTTT
Comments
Post a Comment