ভাৰত সুৰক্ষিত দেশ নহয়, আই চি চিয়ে ভাৰতলৈ বিদেশী দলৰ ভ্ৰমণ বাতিল কৰিব লাগে : পাকিস্তানী প্ৰাক্তন অধিনায়কৰ মন্তব্য
‘‘ভাৰত বৰ্তমান সুৰক্ষিত দেশ নহয়। আই চি চিয়ে সকলো ধৰণৰ বিদেশী ক্ৰিকেট দলৰ ভাৰত ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিব লাগে,’’ পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক জাভেদ মিঞাদাদৰ মন্তব্য। এই বিতৰ্কিত মন্তব্যৰ পাছতে মিঞাদাদ ভাৰতীয় ক্ৰিকেট প্ৰেমী সকলৰ তীব্ৰ সমালোচনাৰ সন্মুখিন হ’বলগীয়া হৈছে। মিঞাদাদে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰত সুৰক্ষিত দেশ নহয় বুলি উল্লেখ কৰি ভাৰতত আই […]
The post ভাৰত সুৰক্ষিত দেশ নহয়, আই চি চিয়ে ভাৰতলৈ বিদেশী দলৰ ভ্ৰমণ বাতিল কৰিব লাগে : পাকিস্তানী প্ৰাক্তন অধিনায়কৰ মন্তব্য appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2suA6wu
via IFTTT
Comments
Post a Comment