পুঁজিৰ খেলিমেলি কৰাৰ বাবে কেৰাণীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে যোৰহাটৰ উপায়ুক্তই
যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাতিয়ে দেওবাৰে উন্নয়ন পুঁজিৰ খেলিমেলি কৰাৰ বাবে জিসা প্ৰশাসনৰ উন্নয়ন শাখাৰ এগৰাকী উচ্চ বৰ্গৰ সহায়কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। সূত্ৰসমূহে জানিবলৈ দিয়া মতে, উচ্চ বৰ্গৰ সহায়ক দীপক বৰাৰ বিৰুদ্ধে অবিযোগ দাখিল কৰা হৈছে। অভিযোগ অনুসৰি তেওঁ কেন্দ্ৰীয় আন্ত:গাঁথনি উন্নয়নৰ কামৰ বাবে ধাৰ্য কৰা পুঁজিৰ খেলিমেলিৰ সৈতে জড়িত আছিল। যোৰহাট আৰক্ষী থানাৰ […]
The post পুঁজিৰ খেলিমেলি কৰাৰ বাবে কেৰাণীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে যোৰহাটৰ উপায়ুক্তই appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2SCKTja
via IFTTT
Comments
Post a Comment