বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰত্ন ওজা আৰু নাই…

- কবি, গীতিকাৰ, নাট্যকাৰ, অভিনেতা ৰত্ন ওজা আৰু নাই।
- গুৱাহাটীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ।
- সোমবাৰে নিশা ১বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।
- বিশিষ্ট সাংস্কৃতিক কৰ্মীগৰাকীৰ জন্ম হৈছিল ১৯৩১ চনৰ ৫ ডিচেম্বৰত।
- তেখেতৰ নাটসমূহ আছিল সকলোৰে প্ৰিয়।
- নিজৰ সৃষ্টিৰাজীৰ বাবে সকলোৰে মাজত সমাদৃত ৰত্ন ওজাই লাভ কৰিছিল কেবাটাও সন্মান।
- নটসূৰ্য, ভূপেন হাজৰিকাকে আদি কৰি তেওঁ বহু বঁটা লাভ কৰিছিল।
- ৰত্ন ওজাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে শুভাকাংক্ষীসকল শোকত ভাগি পৰিছে।
The post বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰত্ন ওজা আৰু নাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/36ahe4A
via IFTTT
Comments
Post a Comment