পথ দুৰ্ঘটনাত মৰান ছাত্ৰ সন্থাৰ নেতাৰ মৃত্যু; তিনিজন লোক আহত

অৰুণাচল প্ৰদেশৰ নামচাইত দেওবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৰান ছাত্ৰ সন্থাৰ তিনিচুকীয়াৰ কাকপথাৰ শাখাৰ এজন নেতাৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক আহত হয়। দুৰ্ঘটনাটোত মৰান ছাত্ৰ সন্থাৰ কাকপথাৰ শাখাৰ সম্পাদক পল্লৱ জ্যোতি মৰানৰ (২৪) মৃত্যু হয়। অৰুণাচল বিশ্ববিদ্যালয়ৰ নামচাইৰ অধ্যয়ন চৌহদৰ সমীপত পথ দুৰ্ঘটনাটো সংঘটিত হয়। মৰান ছাত্ৰ সন্থাৰ নেতাজন দুৰ্ঘটনাটোত আহত আন […]

The post পথ দুৰ্ঘটনাত মৰান ছাত্ৰ সন্থাৰ নেতাৰ মৃত্যু; তিনিজন লোক আহত appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2SDIBjy
via IFTTT

Comments