অখিল গগৈৰ বাসগৃহৰ সমান্তৰালকৈ কৃষক মুক্তিৰ কেন্দ্ৰীয় কাৰ্যালয়টো NIAৰ অভিযান, VIDEO

- অখিল গগৈৰ বাসগৃহৰ সমান্তৰালকৈ কৃষক মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় কাৰ্যালয়টো NIAৰ অভিযান।
- গান্ধীবস্তিৰ কাৰ্যালয়ত চলাই থকা হৈছে অভিযান।
- দুটাকৈ NIAৰ দলে পৃথকে-পৃথকে চলাই আছে অভিযান।
- দিল্লীৰ পৰা অহা NIAৰ দলে চলাইছে অভিযান।
The post অখিল গগৈৰ বাসগৃহৰ সমান্তৰালকৈ কৃষক মুক্তিৰ কেন্দ্ৰীয় কাৰ্যালয়টো NIAৰ অভিযান, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2t6j33K
via IFTTT
Comments
Post a Comment