শনিবাৰে অসমলৈ আহিব ৰাহুল গান্ধী, দুপৰীয়া ১ বজাত পাবহি বৰঝাৰ বিমান বন্দৰ

- শনিবাৰে অসমলৈ আহিব ৰাহুল গান্ধী।
- এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কংগ্ৰেছ নেতাগৰাকী।
- খানাপাৰাত এখন জনসভাত ভাগ লব ৰাহুল গান্ধীয়ে।
- দিনৰ ১ বজাত বৰঝাৰ বিমান বন্দৰ পাবহি ৰাহুল গান্ধী।
- খানাপাৰাত ৰাইজক সম্বোধন কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শ্বহীদ হোৱা লোকৰ পৰিয়ালৰো খবৰ লব নেতাগৰাকীয়ে।
- ছেম ষ্টেফৰ্ড আৰু দিপাঞ্জল দাসৰ ঘৰলৈও যাব ৰাহুল গান্ধী।
The post শনিবাৰে অসমলৈ আহিব ৰাহুল গান্ধী, দুপৰীয়া ১ বজাত পাবহি বৰঝাৰ বিমান বন্দৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37quxOP
via IFTTT
Comments
Post a Comment