অ’নাৰ কিলিং: আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৩জন লোকক

দক্ষিণ ত্ৰিপুৰা জিলাত সংঘটিত হোৱা এক অ’নাৰ কিলিঙৰ ঘটনাই সমগ্ৰ ত্ৰিপুৰাজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। তিনিদিন পূৰ্বে দক্ষিণ ত্ৰিপুৰা জিলাৰ অন্তৰ্গত ৰাজনগৰৰ জংঘলত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধৰ হৈছিল। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানৰ পাছত পোহৰলৈ আহে যে ছোৱালীগৰাকীৰ পৰিয়ালৰ সদস্যসকলে তাইক হত্যা কৰি মৃতদেহত জংঘলত পুতি থৈছিল। ঘটনাৰ বলি ললিতা মুণ্ডা (নাম সলনি কৰা হৈছে) ৰ বয়স আছিল […]

The post অ’নাৰ কিলিং: আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৩জন লোকক appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2Q2usdZ
via IFTTT

Comments