মন্ত্ৰী হিমন্তৰ সমষ্টি জালুকবাৰীত শনিবাৰে আছুসহ ৩০ সংগঠনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ…

  • এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ।
  • হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত আছুৰ প্ৰতিবাদ।
  • শুৱালকুছিত আছুৰ লগতে ৩০ টাকৈ সংগঠনৰ প্ৰতিবাদ।
  • শনিবাৰে দিনৰ ১১ বজাৰ পৰা বিশাল গণতান্ত্ৰিক প্ৰতিবাদ।
  • এই কাৰ্যসূচীত ভাগ লব শিল্পী সমাজেও।

The post মন্ত্ৰী হিমন্তৰ সমষ্টি জালুকবাৰীত শনিবাৰে আছুসহ ৩০ সংগঠনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZwDWSb
via IFTTT

Comments