তিনিগৰাকী প্ৰাক্তন প্ৰেমিকাৰ সৈতে জন্মদিন উদযাপন দাবাং খান চলমানৰ

শুকুৰবাৰে নিজৰ ৫৪ সংখ্যক জন্মদিন উদযাপন কৰিলে বলীউদৰ হাৰ্টথ্ৰব অভিনেতা চলমান খানে। কিন্তু দাবং খানৰ এইবাৰ জন্মদিনত উপস্থিত থাকিল তিনিগৰাকী বিশেষ অতিথি। প্ৰেমৰ পৃথিৱীত সাহসী যোদ্ধা দাবং খানৰ এইবাৰৰ জন্মদিনত নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থাকিল তেওঁৰ তিনিগৰাকীকৈ প্ৰাক্তন প্ৰেমিকা কেটৰিনা কাইফ, স্নেহা উলাল আৰু ইউলিয়া ভান্তুৰ। চলমানে অতি আনন্দেৰে তেওঁলোকৰ সৈতে জন্মদিন চেলিব্ৰেট কৰিলে। অৱশ্যেই […]

The post তিনিগৰাকী প্ৰাক্তন প্ৰেমিকাৰ সৈতে জন্মদিন উদযাপন দাবাং খান চলমানৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2t8OL0q
via IFTTT

Comments