শৃংখল চলিহাক পুনৰ দুদিনৰ চি আই ডিৰ জিম্মালৈ প্ৰেৰণ…

  • ’কা’ বিৰোধী আন্দোলনক আগভাগ লোৱা শৃংখল চলিহাক পুনৰ CIDৰ জিম্মলৈ।
  • দুদিনৰ বাবে চি আই ডি জিম্মালৈ প্ৰেৰণ কৰা হৈছে চলিহাক।
  • উচটনি তথা প্ৰৰোচনামূলক মন্তব্য দিয়াৰ অভিযোগত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল শৃংখল চলিহাক।
  • শনিবাৰে দুদিনৰ বাবে পুনৰ CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হয় শৃংখল চলিহাক।
  • শনিবাৰে CJM আদালতত হাজিৰ কৰাই CIDয়ে পুনৰ ৩ দিনৰ জিম্মাত বিচাৰিছিল শৃংখল চলিহাক।

The post শৃংখল চলিহাক পুনৰ দুদিনৰ চি আই ডিৰ জিম্মালৈ প্ৰেৰণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2rC0fJz
via IFTTT

Comments