নগাঁৱৰ কচুৱাত ৭.৬৫ এমএম পিষ্টল, ৩ জাই সজীৱ গুলীসহ ডকাইত গ্ৰেপ্তাৰ

  • নগাঁও কচুৱা লুটুমাৰী মেনগাঁৱত ৭.৬৫ এমএম পিষ্টল, তিনি জাই সজীৱ গুলী সহ ডকাইত গ্ৰেপ্তাৰ।
  • ধৃত ডকাইতটোৰ নাম চফিকুল ইছলাম।
  • কচুৱা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে ডকাইতটো।
  • বহু কেইটা ডকাইতি ঘটনাৰ লগত জড়িত চফিকুল ইছলাম।
  • এই সম্পৰ্কত মন্তব্য দিয়াৰ পৰা্ বিৰত আছে কচুৱা আৰক্ষী।

The post নগাঁৱৰ কচুৱাত ৭.৬৫ এমএম পিষ্টল, ৩ জাই সজীৱ গুলীসহ ডকাইত গ্ৰেপ্তাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZoLF4n
via IFTTT

Comments