১৭ সংখ্যক মৃত্যু বাৰ্ষিকীত লোকশিল্পী প্ৰতিমা পাণ্ডে বৰুৱাক সশ্ৰদ্ধ স্মৰণ
সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত শুকুৰবাৰে চান্দমাৰিত লোকশিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ ১৭ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ লগতে ভালেসংখ্যক লোকে শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চান্দমাৰিত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি আছু নেতৃবৃন্দই শ্ৰদ্ধা জ্ঞাপন কৰে। উল্লেখযোগ্য যে, ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত […]
The post ১৭ সংখ্যক মৃত্যু বাৰ্ষিকীত লোকশিল্পী প্ৰতিমা পাণ্ডে বৰুৱাক সশ্ৰদ্ধ স্মৰণ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2QuuMkM
via IFTTT
Comments
Post a Comment