দুৰ্ঘটনাঃ ২ মহলীয়া অট্টালিকাত খুন্দা যাত্ৰীবাহী বিমানৰ…

- কাজাখিস্তানত বিমান দুৰ্ঘটনা।
- অল্মাটী বিমান বন্দৰত এখন বিমান অৱতৰনৰ সময়তেই সংঘটিত হয় এই দুৰ্ঘটনা।
- বিমান বন্দৰৰ কাষতে থকা ২ মহলীয়া এটা অট্টালিকাত খুন্দা যাত্ৰীবাহী বিমানখনৰ।
- বিমানখনত আছিল ১০০ ৰো অধিক যাত্ৰী।

- একাংশ যাত্ৰীক উদ্ধাৰ কৰা হৈছে যদিও ৯ যাত্ৰীৰ মৃত্যু হৈছে।
- বৰ্তমানেও চলি আছে উদ্ধাৰ অভিযান।
- মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভৱনা।
- ইফালে দুৰ্ঘটনাৰ তদন্ত ঘোষণা কৰিছে বিভাগীয় কতৃপৰ্ক্ষই।
- ইয়াৰ বাবে গঠন কৰি দিয়া হৈছে এখন বিশেষ কমিটি।
The post দুৰ্ঘটনাঃ ২ মহলীয়া অট্টালিকাত খুন্দা যাত্ৰীবাহী বিমানৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MxkMX3
via IFTTT
Comments
Post a Comment