আজি গুৱাহাটীত C(A)A বিৰোধী আন্দোলনৰ চহিদ ষ্টেফোৰ্ড আৰু দিপাঞ্জলৰ পৰিয়ালক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি গুৱাহাটীত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী সভাক সম্বোধন কৰিব। ‘অস্তিত্ব ৰক্ষাৰ সমাবেশ’ শীৰ্ষক সমাবেশখন গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব। ৰাহুল গান্ধীয়ে ‘কা’ বিৰোধী আন্দোলনৰ সময়ত নিৰাপত্তাৰক্ষীৰ গুলীত চহিদ হোৱা গুৱাহাটীৰ কিশোৰ ষ্টেম ষ্টেফোৰ্ডৰ পৰিয়ালৰ লোককো সক্ষাৎ কৰিব। নিৰাপত্তাৰক্ষীৰ গুলীত চহিদ হোৱা ১৭ বছৰীয়া ষ্টেফোৰ্ড […]

The post আজি গুৱাহাটীত C(A)A বিৰোধী আন্দোলনৰ চহিদ ষ্টেফোৰ্ড আৰু দিপাঞ্জলৰ পৰিয়ালক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/363PtL5
via IFTTT

Comments