ঠেঁটুৱৈ লগা জাৰত কঁপি ফুটপাথতে দিন কটাইছে দেশৰ হৈ খেলা প্ৰাক্তন হকী খেলুৱৈয়ে

এসময়ত ভাৰতীয় দলৰ হৈ হকী খেলা খেলুৱৈগৰাকীয়ে হয়তো সপোনতো ভবা নাছিল যে জীৱনলৈ তেওঁৰ এনেকুৱা এটা দিনো আহিব পাৰে। হাড় কঁপোৱা জাৰত দিল্লীৰ ফুটপাথত অত্যন্ত কঠিন দিন পাৰ কৰিছে প্ৰাক্তন খেলুৱৈগৰাকীয়ে। ছচিয়েল মিডিয়াত খেলুৱৈগৰাকীৰ পৰিচয় পোহৰলৈ অহাৰ পাছতে এতিয়া ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু আৰু বলীউদৰ তাৰকা অমিতাভ বচ্চন সহায়ৰ বাবে আগবাঢ়ি আহিছে। খেলুৱৈগৰাকীৰ ফটো ইতিমধ্যে […]

The post ঠেঁটুৱৈ লগা জাৰত কঁপি ফুটপাথতে দিন কটাইছে দেশৰ হৈ খেলা প্ৰাক্তন হকী খেলুৱৈয়ে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2ZCdM00
via IFTTT

Comments