প্ৰসিদ্ধ সাংস্কৃতিক কৰ্মী, নাট্যকাৰ, সাহিত্যিক তথা অভিনেতা ৰত্ন ওজাৰ দেহাৱসান
প্ৰসিদ্ধ সাংস্কৃতিক কৰ্মী, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা ৰত্ন ওজাৰ আজি গুৱাহাটীত দেহাৱসান ঘটে। কিছুদিন ধৰি অসুস্থ হৈ থকা ওজাৰ নিশা ১ বজাত ৮৯ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। ৰত্ন ওজা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত আছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সাধাৰণ পৰিষদৰ লগতে উত্তৰ-পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ সৈতেও জড়িত আছিল। কলাক্ষেত্ৰৰ তেওঁ উপ সভাপতি পদো অলংকৃত […]
The post প্ৰসিদ্ধ সাংস্কৃতিক কৰ্মী, নাট্যকাৰ, সাহিত্যিক তথা অভিনেতা ৰত্ন ওজাৰ দেহাৱসান appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/356bJCI
via IFTTT
Comments
Post a Comment