পুৱাই অঘটন, পৰীক্ষা দিবলৈ যাওঁতে ডাম্পাৰে খুন্দিয়াই কাঢ়িলে প্ৰাণ…

- মহানগৰীৰ সমীপৰ ধোপগুৰিৰ কৰাইগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
- ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰী।
- পৰীক্ষা দিবলৈ চাইকেলেৰে আহি থকা অৱস্হাত তীব্ৰ জোৰে খুন্দা মৌচুমী বিশ্বাস নামৰ ছাত্ৰী গৰাকীক।
- এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি।
- ডাম্পাৰ চলাচল বন্ধ কৰাৰ দাবী উত্তেজিত ৰাইজৰ।
The post পুৱাই অঘটন, পৰীক্ষা দিবলৈ যাওঁতে ডাম্পাৰে খুন্দিয়াই কাঢ়িলে প্ৰাণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MKvrO1
via IFTTT
Comments
Post a Comment