ঘৰৰ সন্মুখত আলপনা আঁকি ‘কা’-এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ ডিএমকেৰ…

- নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিৰ বিৰুদ্ধে তামিলনাডুৰ চেন্নাইত অভিনৱ প্ৰতিবাদ।
- ঘৰৰ সন্মুখত ‘কা’ আৰু এন আৰ চি বিৰোধী আলপনা আঁকি প্ৰতিবাদ ৰাইজৰ।
- সোমবাৰে ডিএমকে-ও ‘কা’ আৰু এন আৰ চিৰ বিৰুদ্ধে আলপনা আঁকি সাব্যস্ত কৰে প্ৰতিবাদ।

- ডিএমকেৰ প্ৰয়াত নেতা এম কৰুণানিধিৰ বাসগৃহৰ সন্মুখত আলপনা আঁকি প্ৰতিবাদ ‘কা’-এনআৰচিৰ প্ৰতিবাদ।
- ডিএমকেৰ অধ্যক্ষ এম কে ষ্টালিন আৰু সাংসদ কানিমোঝীৰ বাসগৃহৰ সন্মুখতো দেখা গ’ল একেই আলপনা।
The post ঘৰৰ সন্মুখত আলপনা আঁকি ‘কা’-এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ ডিএমকেৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37iw0GH
via IFTTT
Comments
Post a Comment