নিজা সমষ্টিতে নিষিদ্ধ বিধায়ক মৃণাল শইকীয়া, তিনিখনকৈ এজাহাৰ দাখিল, শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী
কা-বিৰোধী আন্দোলনকাৰীৰ ঘৰ জ্বলাবলৈ বিজেপি কৰ্মীক উচটনি দিয়া খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়া এইবাৰ ৰোষত পৰিছে নিজ সমষ্টিবাসীৰ। পূৰ্বেও বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰাৰ উদাহৰণ থকা বিধায়কজনক খুমটাই সমষ্টিৰ ঢেকিয়াল আধলীচুকত গাঁওবাসীয়ে প্ৰৱেশ নিষিদ্ধ কৰিলে। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰা বিধায়কগৰাকীৰ লগতে ‘কা’ সমৰ্থনকাৰী সকলোকে নিষিদ্ধ কৰিছে গাওঁখনত। স্থানীয় গাওঁবাসীয়ে গাঁৱৰ বিভিন্ন স্থানত বেনাৰ-পোষ্টাৰ […]
The post নিজা সমষ্টিতে নিষিদ্ধ বিধায়ক মৃণাল শইকীয়া, তিনিখনকৈ এজাহাৰ দাখিল, শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2ZvgCEj
via IFTTT
Comments
Post a Comment