অখিল গগৈৰ ঘৰৰ পৰা NIAয়ে জব্দ কৰিলে কিছু সামগ্ৰী, VIDEO

  • কৃষক নেতা অখিল গগৈৰ ঘৰৰ পৰা কিছু সামগ্ৰী জব্দ কৰিলে NIAয়ে।
  • বৰ্তমানেও অব্যাহত আছে NIAৰ অভিযান।
  • কিছু সময়ৰ পিছতে অখিল গগৈক NIAৰ আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা।

The post অখিল গগৈৰ ঘৰৰ পৰা NIAয়ে জব্দ কৰিলে কিছু সামগ্ৰী, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2tRIpTE
via IFTTT

Comments