আনৰ পিঠাৰে বিহু! আছুৰ জনসভাৰ ফটো নিজৰ বুলি প্ৰচাৰ বিজেপিৰ

বিজেপিৰ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে শুকুৰবাৰে জাগীৰোডত অনুষ্ঠিত হোৱা বিজেপিৰ ‘শান্তি সমদলৰ’ এখন আলোকচিত্ৰ নিজৰ ফেইচবুক একাউণ্টৰ মাধ্যমেৰে শ্বেয়াৰ কৰাক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে ছ’চিয়েল মিডিয়াত। বিধায়ক দেউৰীয়ে জাগীৰোডত বিজেপিৰ শান্তি সমদলত উপস্থিত জনতাৰ আলোকচিত্ৰ বুলি আছুৰ ধেমাজিৰ C(A)A বিৰোধী আন্দোলনৰ এখন আলোকচিত্ৰ ফেইচবুকত আপলোড কৰে। বিধায়ক দেউৰীয়ে আলোকচিত্ৰখন ফেইচবুকত আপলোড কৰাৰ পাছতে বিজেপিৰ […]

The post আনৰ পিঠাৰে বিহু! আছুৰ জনসভাৰ ফটো নিজৰ বুলি প্ৰচাৰ বিজেপিৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/361GJoQ
via IFTTT

Comments