আৰক্ষীৰ ধাৰাবাহিক অভিযান; বোকাখাতত কাঠফলা মিলসহ চোৰাং কাঠ জব্দ

বোকাখাতত আৰক্ষীয়ে পুনৰ ২৮ ডিচেম্বৰত এক অভিযান চলাই বোকাখাতৰ গড়মুৰ বৰটিকা অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ লগতে এটা অবৈধ চোৰাং কাঠ ফলা মিলো জব্দ কৰে। বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই বৰটিকাৰ মোহন দাস ওৰফে বৰ্মনৰ বাসগৃহৰ লগতে জোন বাউৰী, মোহন ওৰাং আৰু দিলীপ মুৰমুৰ নামৰ লোককেইজনৰ বাসগৃহৰ চৌহদৰ পৰা বৃহৎ পৰিমাণৰ […]

The post আৰক্ষীৰ ধাৰাবাহিক অভিযান; বোকাখাতত কাঠফলা মিলসহ চোৰাং কাঠ জব্দ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2Q6Qa0L
via IFTTT

Comments