‘কা’-এনআৰচিৰ বিৰুদ্ধে মুম্বাইৰ ৰাজপথত কেইবাসহস্ৰাধিক কংগ্ৰেছ সমৰ্থক-কৰ্মীৰ প্ৰতিবাদ

- নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল প্ৰতিবাদ।
- শনিবাৰে মুম্বাইত কংগ্ৰেছে বাহিৰ কৰিলে বিশাল প্ৰতিবাদী সমদল।
- সমদলত অংশ কেইবা সহস্ৰাধিক কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ।
- সমদলত অংশ লৈছে কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতাইও।
- উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতে শনিবাৰে অসমলৈ আহিব ৰাহুল গান্ধী।
The post ‘কা’-এনআৰচিৰ বিৰুদ্ধে মুম্বাইৰ ৰাজপথত কেইবাসহস্ৰাধিক কংগ্ৰেছ সমৰ্থক-কৰ্মীৰ প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q2NP6H
via IFTTT
Comments
Post a Comment