কিছু সময়ৰ পিছতে অখিল গগৈৰ ঘৰত অন্ত পৰিব পাৰে NIAৰ অভিযান, VIDEO

  • কিছু সময়ৰ পিছতে কৃষক নেতা অখিল গগৈৰ ঘৰত অন্ত পৰিব পাৰে NIA ৰ অভিযান।
  • ঘৰৰ ভিতৰত আৰক্ষীয়ে বৰ্তমানো নথি-পত্ৰ পৰীক্ষা কৰি আছে।
  • ইতিমধ্যে এগৰাকী বিষয়াই ঘৰৰ ভিতৰলৈ লৈ গৈছে এটা প্ৰিন্টাৰ।
  • অখিল গগৈৰ বাসগৃহৰ সন্মুখত নিৰাপত্তা বেষ্টনী কটকটীয়া কৰা হৈছে।

The post কিছু সময়ৰ পিছতে অখিল গগৈৰ ঘৰত অন্ত পৰিব পাৰে NIAৰ অভিযান, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/35XX0eq
via IFTTT

Comments