নাগৰিকত্ব আইনৰ সমৰ্থনত নিউৰ্য়কত প্ৰতিবাদ…

- নাগৰিকত্ব সংশোধনী আইনক লৈ দেশে-বিদেশে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে নিউৰ্য়কত আইনখনৰ সমৰ্থনত প্ৰতিবাদ।
- একাংশ প্ৰৱাসী ভাৰতীয়ই দেওবাৰে নিউৰ্য়কত সাব্যস্ত কৰিলে প্ৰতিবাদ।

- হাতে হাতে প্লে’ কাৰ্ড লৈ অৰ্ধ শতাধিক লোকে সাব্যস্ত কৰিলে আইনখনৰ সমৰ্থনত প্ৰতিবাদ।
- উল্লেখ্য যে, ইয়াৰ বিপৰীতে লণ্ডন, নিউৰ্য়ক, ইংলেণ্ডেক ধৰি বহু স্থানত আইনখনৰ বিপক্ষেও অব্যাহত আছে প্ৰতিবাদ।

The post নাগৰিকত্ব আইনৰ সমৰ্থনত নিউৰ্য়কত প্ৰতিবাদ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2tYpfeF
via IFTTT
Comments
Post a Comment