তামুলপুৰত সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত দুজনকৈ লোকৰ থিতাতে মৃত্যু
শনিবাৰে অৰ্থাৎ ২৮ ডিচেম্বৰৰ সন্ধিয়া তামুলপুৰত দুটাকৈ দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাত দুজনকৈ লোকে থিতাতে মৃত্যুক আঁকোৱালি লয়। ইয়াৰে প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় তামুলপুৰৰ নিকটৱৰ্তী ঘোগমাৰী চকত। তামুলপুৰ মহকুমাৰ অন্তৰ্গত অহিয়াবাৰী গাঁৱৰ নিৱাসী পংকজ মণ্ডলে মটৰচাইকেলেৰে বজাৰ কৰি উভতাৰ সময়তে এখন দ্ৰুতবেগী টেক্টৰে প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত মটৰচাইকেলসহ পথৰ ওপৰত উফৰি পৰে পংকজ মণ্ডল […]
The post তামুলপুৰত সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত দুজনকৈ লোকৰ থিতাতে মৃত্যু appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/354Bgfu
via IFTTT
Comments
Post a Comment