অখিল গগৈৰ বাসগৃহত NIAৰ বিষয়াই সোমাবলৈ নিদিয়া স্থানীয় মহিলাগৰাকীৰ প্ৰতিক্ৰিয়া, VIDEO

  • কৃষক নেতা অখিল গগৈৰ বাসগৃহৰ সন্মুখত কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।
  • চুবুৰীয়া লোকসকলকো সোমাবলৈ দিয়া হোৱা নাই ঘৰত।
  • এগৰাকী চুবুৰীয়া মহিলাক আৰক্ষীয়ে নিদিলে ঘৰত সোমাবলৈ।
  • তেওঁক উভতাই পঠোৱা হৈছে।
  • মহিলাগৰাকীয়ে আৰক্ষীক জনাইছিল অখিল গগৈৰ চুবুৰীয়া বুলি।
  • তেওঁ অখিল গগৈক নিজ সন্তানৰ দৰে জ্ঞান কৰো বুলিও জনাইছিল।
  • ‘ভিতৰত ফাইল চাই আছে।’
  • ‘মই অখিলৰ কথা সুধিছিলো।’
  • ‘মোক একো নকলে।’
  • চাওঁক কি ক’লে মহিলাগৰাকীয়ে,

The post অখিল গগৈৰ বাসগৃহত NIAৰ বিষয়াই সোমাবলৈ নিদিয়া স্থানীয় মহিলাগৰাকীৰ প্ৰতিক্ৰিয়া, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MsNPuM
via IFTTT

Comments